Science & spaceNamami Brain Academyপ্ৰশান্ত বনাম আটলান্টিক মহাসাগৰ | পানী কিয় মিহলি নহয় | বিজ্ঞানৰ আচৰিত ৰহস্য | Atlantic Ocean
প্ৰশান্ত বনাম আটলান্টিক মহাসাগৰ | পানী কিয় মিহলি নহয় | বিজ্ঞানৰ আচৰিত ৰহস্য | Atlantic Ocean
Long-form5:48
Published Sep 30, 2026, 6:30 PM · 2w ago
Namami Brain Academy
45.4K subscribers · median 32.3K views
Stock footage · likely$Likely
Views
16,310
+5 views/hour
Likes
189
1.2% of views
Comments
10
0.06% of views
Checked every 12 h while the video is this age · last check 3h ago · next in 486 min. YouTube itself updates public counts with a short delay.
Views / hour now
5
measured 3h ago
Peak views / hour
5
3h ago
Avg views / day
1.1K
since upload
First 24 hours
—
not tracked from upload
vs channel median
0.5×
Rank in channel
#13
of 21 tracked
Engagement
1.2%
likes + comments / views
Est. ad revenue
$65–$163
lifetime, $4–10 RPM
Views over time
2 readings · line: total views · bars: views gained per hour
Description
একেখন পৃথিৱী, একেখিনি বিশাল জলৰাশি…তথাপিও কিয় কেতিয়াবা দুখন মহাসাগৰৰ পানীৰ মাজত স্পষ্ট সীমাৰেখা দেখা যায়?
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা Pacific Ocean আৰু Atlantic Ocean-ৰ পানী মিহলি নোহোৱাৰ দৃশ্য দেখিলে সঁচাকৈয়ে আচৰিত লাগে। কিন্তু ইয়াৰ আঁৰত কোনো অদৃশ্য দেৱাল বা অলৌকিক শক্তি আছে নেকি? নে ইয়াৰ আঁৰত আছে এক চমৎকাৰ বৈজ্ঞানিক প্ৰক্ৰিয়া?
এই ভিডিঅ’টোত আমি সহজ ভাষাত জানিম—
🔹 পানীৰ Salinity আৰু Density-ৰ পাৰ্থক্য
🔹 Halocline & Thermocline কি?
🔹 পানীৰ Temperature-এ কেনেকৈ প্ৰভাৱ পেলায়?
🔹 Ocean Currents আৰু Coriolis Effect-ৰ ভূমিকা
🔹 আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ— এই পানী সঁচাকৈয়ে মিহলি নহয় নেকি?
👉 শেষলৈকে চাওক, কাৰণ এই ৰহস্যৰ আঁৰৰ সঁচা বিজ্ঞানটো ভাইৰেল ছবিখনত দেখাৰ দৰে নহয়! Namami Brain Academy-ত আমি বিজ্ঞান, AI, Technology, Psychology, Space আৰু পৃথিৱীৰ আশ্চৰ্যজনক তথ্যসমূহ সহজ ভাষাত আপোনালোকৰ ওচৰলৈ লৈ আহোঁ।
#NamamiBrainAcademy #oceanmystery #pacificocean #atlanticocean #oceanscience #ScienceInAssamese #AssameseScience #corioliseffect #oceancurrents #amazingfacts #sciencefacts
Details
- Published
- Sep 30, 2026, 6:30 PM
- Length
- 5:48 (348 s)
- Format
- Long-form
- Category
- —
- Audio language
- —
- Quality
- —
- Captions
- —
- Made for kids
- —
- Licensed content
- —
- Video ID
- 8F9MZHX0Csc
More from Namami Brain Academy
ISRO-ৰ Satellite-ত ধৰা পৰিল অদ্ভুত দৃশ্য! ডাৱৰ Vs নীলা আকাশ | Science Behind India’s Cloud Divide32.3K views · 2d ago · +308/h
১৮৯৮ চনৰ কিতাপখনে কেনেকৈ টাইটানিকৰ ভৱিষ্যৎ জানিছিল? The 1898 Prediction3.4K views · 5d ago · +4/h
১৯৯৭ত সাগৰত ধৰা পৰা ৰহস্যময়ী শব্দটো! দানৱ নে প্ৰকৃতি? | Mystery of The "BLOOP" revealed in Assamese4.5K views · 5d ago · +864/h
পৃথিৱীৰ আটাইতকৈ অদ্ভুত মাছ 'Sarcastic Fringehead' | Ocean Life Mysteries434 views · 6d ago · +4/h
পৃথিৱীৰ আটাইতকৈ গভীৰ স্থান | Mariana Trench সৃষ্টি হ'ল কেনেকৈ? পৃথিৱীৰ তলত আন এখন পৃথিৱী52.1K views · 1w ago · +64/h
নিৰ্দিষ্ট গোন্ধ পালেই অতীতৰ কথা কিয় মনত পৰে? | Science of Scent & Memory323 views · 1w ago · +1/h
৯৯% ছাত্ৰ-ছাত্ৰীয়ে নাজানে এই Study Secret! China-ৰ Topperসকলে কেনেকৈ পঢ়ে?35K views · 1w ago · +115/h
Hawaii Islandsৰ ৰহস্য | সাগৰৰ তলৰ পৰা কেনেকৈ গঢ়ি উঠে এটা দ্বীপপুঞ্জ | Volcanic Hotspot আচলতে কি?6.8K views · 1w ago · +7/h
Statistics from the YouTube Data API, tracked by FameX. Views per hour, revenue and comparisons are FameX estimates.