Science & spaceNamami Brain Academy১৯৯৭ত সাগৰত ধৰা পৰা ৰহস্যময়ী শব্দটো! দানৱ নে প্ৰকৃতি? | Mystery of The "BLOOP" revealed in Assamese
১৯৯৭ত সাগৰত ধৰা পৰা ৰহস্যময়ী শব্দটো! দানৱ নে প্ৰকৃতি? | Mystery of The "BLOOP" revealed in Assamese
Short—Science & Technology
Published Oct 9, 2026, 6:43 AM · 6d ago
Namami Brain Academy
45.5K subscribers · median 33.3K views
Stock footage · likely$Likely
Views
8,817
+448 views/hour
Likes
132
1.5% of views
Comments
6
0.07% of views
Checked every 3 h while the video is this age · last check 2h ago · next in 43 min. YouTube itself updates public counts with a short delay.
Views / hour now
448
measured 2h ago
Peak views / hour
864
11h ago
Avg views / day
1.4K
since upload
First 24 hours
—
not tracked from upload
vs channel median
0.3×
Rank in channel
#14
of 21 tracked
Engagement
1.6%
likes + comments / views
Est. ad revenue
—
Shorts pay from a shared pool
Views over time
6 readings · line: total views · bars: views gained per hour
Description
১৯৯৭ চনত প্ৰশান্ত মহাসাগৰত ৰেকৰ্ড হোৱা এটা অদ্ভুত শব্দই জন্ম দিছিল সাগৰীয় দানৱৰ জল্পনা-কল্পনাৰ। “The Bloop” নামৰ এই শক্তিশালী শব্দটো আচলতে কিহৰ আছিল? বিজ্ঞানীসকলে কেনেকৈ বিচাৰি উলিয়ালে ইয়াৰ উৎস?
Namami Brain Academy-ৰ এই অসমীয়া তথ্যচিত্ৰত সাগৰিকা পুষ্পানন্দৰ সৈতে জানো আহক ব্লোপৰ কাহিনী—ৰহস্যময় ৰেকৰ্ডিঙৰ পৰা NOAA-ৰ বৈজ্ঞানিক ব্যাখ্যালৈ।
🌊 এই ভিডিঅ’ত জানিব—
• The Bloop কি আৰু ইয়াক কেনেকৈ ৰেকৰ্ড কৰা হৈছিল?
• পানীৰ তলৰ শব্দ শুনিবলৈ Hydrophone কেনেকৈ ব্যৱহাৰ কৰা হয়?
• সাগৰীয় দানৱ, Megalodon আৰু Cthulhu-ক লৈ জল্পনা কেনেকৈ সৃষ্টি হৈছিল?
• Icequake কি আৰু ব্লোপৰ সৈতে ইয়াৰ সম্পৰ্ক কি?
• মহাসাগৰৰ শব্দই প্ৰকৃতিৰ বিষয়ে আমাক কি শিকায়?
NOAA-ৰ ব্যাখ্যা অনুসৰি ব্লোপৰ উৎস আছিল বৰফ ভাঙি সৃষ্টি হোৱা Icequake। ভিডিঅ’ত উল্লেখ কৰা দানৱ আৰু এলিয়েনৰ ধাৰণাসমূহ জল্পনা-কল্পনা; প্ৰমাণিত তথ্য নহয়।
আপুনি প্ৰথমবাৰ ব্লোপৰ কথা শুনোতে ইয়াৰ উৎস কি বুলি ভাবিছিল? কমেণ্টত জনাওক!
বিজ্ঞান, মহাসাগৰ, মহাকাশ আৰু পৃথিৱীৰ আচৰিত ঘটনাবোৰ অসমীয়াত বুজিবলৈ Namami Brain Academy Subscribe কৰক। ভিডিঅ’টো ভাল লাগিলে Like আৰু Share কৰিবলৈ নাপাহৰিব।
উপস্থাপনা: সাগৰিকা পুষ্পানন্দ
চেনেল: Namami Brain Academy
তথ্যসূত্ৰ:
NOAA — What is the Bloop?
https://oceanservice.noaa.gov/facts/bloop.html
NOAA PMEL — Icequakes (Bloop)
https://www.pmel.noaa.gov/acoustics/sounds/bloop.html
জয় আই অসম।
#thebloop #oceanmystery #NamamiBrainAcademy #assamese #science #deepsea
Tags
the bloopbloop mysterybloop soundthe bloop explainedbloop Assamesebloop mystery in Assameseocean mystery Assamesemysterious ocean soundsunderwater soundsNOAA bloopicequakedeep sea mysteryocean documentary Assamesescience AssameseNamami Brain AcademySagarika Pushpanandaব্লোপব্লোপৰ ৰহস্যমহাসাগৰৰ ৰহস্য
Details
- Published
- Oct 9, 2026, 6:43 AM
- Length
- — (0 s)
- Format
- Short (3 min or less)
- Category
- Science & Technology
- Audio language
- AS
- Quality
- HD
- Captions
- No
- Made for kids
- No
- Licensed content
- Yes
- Video ID
- wwxAv92HA5I
More from Namami Brain Academy
ISRO-ৰ Satellite-ত ধৰা পৰিল অদ্ভুত দৃশ্য! ডাৱৰ Vs নীলা আকাশ | Science Behind India’s Cloud Divide34.7K views · 2d ago · +279/h
১৮৯৮ চনৰ কিতাপখনে কেনেকৈ টাইটানিকৰ ভৱিষ্যৎ জানিছিল? The 1898 Prediction3.4K views · 5d ago · +1/h
পৃথিৱীৰ আটাইতকৈ অদ্ভুত মাছ 'Sarcastic Fringehead' | Ocean Life Mysteries447 views · 6d ago · +1/h
পৃথিৱীৰ আটাইতকৈ গভীৰ স্থান | Mariana Trench সৃষ্টি হ'ল কেনেকৈ? পৃথিৱীৰ তলত আন এখন পৃথিৱী52.8K views · 1w ago · +39/h
নিৰ্দিষ্ট গোন্ধ পালেই অতীতৰ কথা কিয় মনত পৰে? | Science of Scent & Memory323 views · 1w ago · +1/h
৯৯% ছাত্ৰ-ছাত্ৰীয়ে নাজানে এই Study Secret! China-ৰ Topperসকলে কেনেকৈ পঢ়ে?35K views · 1w ago · +115/h
Hawaii Islandsৰ ৰহস্য | সাগৰৰ তলৰ পৰা কেনেকৈ গঢ়ি উঠে এটা দ্বীপপুঞ্জ | Volcanic Hotspot আচলতে কি?6.8K views · 1w ago · +7/h
প্ৰশান্ত বনাম আটলান্টিক মহাসাগৰ | পানী কিয় মিহলি নহয় | বিজ্ঞানৰ আচৰিত ৰহস্য | Atlantic Ocean16.3K views · 2w ago · +5/h
Statistics from the YouTube Data API, tracked by FameX. Views per hour, revenue and comparisons are FameX estimates.