Science & spaceNamami Brain Academyমহাকাশৰ পৰাও দেখা যায় এই অদ্ভুত গাঁথনি! গ্ৰেট বেৰিয়াৰ ৰীফৰ ৰহস্য | Great Barrier Reef
মহাকাশৰ পৰাও দেখা যায় এই অদ্ভুত গাঁথনি! গ্ৰেট বেৰিয়াৰ ৰীফৰ ৰহস্য | Great Barrier Reef
Long-form5:25
Published Sep 29, 2026, 1:30 PM · 2w ago
Namami Brain Academy
45.6K subscribers · median 33.3K views
Stock footage · likely$Likely
Views
17,620
+1 views/hour
Likes
184
1.0% of views
Comments
13
0.07% of views
Checked every 12 h while the video is this age · last check 16m ago · next in 704 min. YouTube itself updates public counts with a short delay.
Views / hour now
1
measured 16m ago
Peak views / hour
1
1d ago
Avg views / day
1.1K
since upload
First 24 hours
—
not tracked from upload
vs channel median
0.5×
Rank in channel
#12
of 21 tracked
Engagement
1.1%
likes + comments / views
Est. ad revenue
$70–$176
lifetime, $4–10 RPM
Views over time
4 readings · line: total views · bars: views gained per hour
Description
আপুনি জানেনে, অষ্ট্ৰেলিয়াৰ Queensland উপকূলৰ কাষত বিস্তৃত Great Barrier Reef হৈছে পৃথিৱীৰ আটাইতকৈ বৃহৎ coral reef system? প্ৰায় ২৩০০ কিলোমিটাৰ জুৰি বিস্তৃত এই আশ্চৰ্য প্ৰাকৃতিক গাঁথনিত আছে হাজাৰ হাজাৰ reef, দ্বীপ আৰু অসংখ্য সামুদ্ৰিক জীৱ। কিন্তু আটাইতকৈ আচৰিত কথাটো কি? Coral কোনো গছ বা শিল নহয়—ই এক জীৱন্ত জীৱ!
এই documentary-ত আমি জানিম—
🔹 Great Barrier Reef কিমান বিশাল?
🔹 Coral কেনেকৈ গঠন হয়?
🔹 Coral আৰু algae-ৰ মাজৰ অদ্ভুত relationship কি?
🔹 ইয়াত থকা আশ্চৰ্য সামুদ্ৰিক জীৱসমূহ কোনবোৰ? 🐢🦈
🔹 Coral bleaching কি আৰু কিয় হয়?
🔹 Global warming আৰু pollution-এ Reef-টোক কেনেকৈ প্ৰভাৱিত কৰিছে?
🔹 আৰু এই প্ৰাকৃতিক আশ্চৰ্যটো ৰক্ষা কৰিবলৈ আমি কি কৰিব পাৰোঁ?
এখন সুন্দৰ সাগৰীয় পৃথিৱীৰ পৰা আৰম্ভ কৰি Coral Bleaching আৰু জলবায়ু পৰিৱৰ্তনৰ সংকটলৈ—এই ভিডিঅ'টো হৈছে Great Barrier Reef-ৰ বিজ্ঞান, সৌন্দৰ্য আৰু ভৱিষ্যতৰ এক fascinating journey।
🎥 ভিডিঅ'টো শেষলৈ চাওক আৰু জানক—সাগৰৰ তলত সৃষ্টি হোৱা এই “জীৱিত পৃথিৱী” আচলতে কিমান আশ্চৰ্যকৰ!
📌 ভিডিঅ'টো ভাল লাগিলে Like 👍 | Share ↗️ | Comment 💬 কৰিবলৈ নাপাহৰিব।
🧠 এনেকুৱা Science, Technology, Space, Nature আৰু Future-ৰ তথ্যভিত্তিক documentary সহজ অসমীয়া ভাষাত পাবলৈ Namami Brain Academy Subscribe কৰক আৰু 🔔 Bell Icon অন কৰি ৰাখক।
যুক্তিসংগত হ'বলৈ আৰম্ভ কৰক। নতুন নতুন তথ্যৰ সন্ধান কৰক।
#NamamiBrainAcademy #greatbarrierreef #coralreef #MarineLife #ScienceInAssamese #sciencedocumentary #ocean #coralbleaching #climatechange #assameseyoutuber #nature #marinescience
Details
- Published
- Sep 29, 2026, 1:30 PM
- Length
- 5:25 (325 s)
- Format
- Long-form
- Category
- —
- Audio language
- —
- Quality
- —
- Captions
- —
- Made for kids
- —
- Licensed content
- —
- Video ID
- Yt71RsC9EAk
More from Namami Brain Academy
ISRO-ৰ Satellite-ত ধৰা পৰিল অদ্ভুত দৃশ্য! ডাৱৰ Vs নীলা আকাশ | Science Behind India’s Cloud Divide40.6K views · 3d ago · +273/h
১৮৯৮ চনৰ কিতাপখনে কেনেকৈ টাইটানিকৰ ভৱিষ্যৎ জানিছিল? The 1898 Prediction3.5K views · 6d ago · +2/h
১৯৯৭ত সাগৰত ধৰা পৰা ৰহস্যময়ী শব্দটো! দানৱ নে প্ৰকৃতি? | Mystery of The "BLOOP" revealed in Assamese19K views · 1w ago · +449/h
পৃথিৱীৰ আটাইতকৈ অদ্ভুত মাছ 'Sarcastic Fringehead' | Ocean Life Mysteries480 views · 1w ago · +1/h
পৃথিৱীৰ আটাইতকৈ গভীৰ স্থান | Mariana Trench সৃষ্টি হ'ল কেনেকৈ? পৃথিৱীৰ তলত আন এখন পৃথিৱী53.5K views · 1w ago · +29/h
নিৰ্দিষ্ট গোন্ধ পালেই অতীতৰ কথা কিয় মনত পৰে? | Science of Scent & Memory344 views · 1w ago · +1/h
৯৯% ছাত্ৰ-ছাত্ৰীয়ে নাজানে এই Study Secret! China-ৰ Topperসকলে কেনেকৈ পঢ়ে?38.2K views · 1w ago · +106/h
Hawaii Islandsৰ ৰহস্য | সাগৰৰ তলৰ পৰা কেনেকৈ গঢ়ি উঠে এটা দ্বীপপুঞ্জ | Volcanic Hotspot আচলতে কি?6.9K views · 1w ago · +5/h
Statistics from the YouTube Data API, tracked by FameX. Views per hour, revenue and comparisons are FameX estimates.